Home দেশপুলৱামা আক্ৰমণৰ কথা আগতে জানিছিল মোডীয়ে… কাৰ এই গুৰুতৰ অভিযোগ?

পুলৱামা আক্ৰমণৰ কথা আগতে জানিছিল মোডীয়ে… কাৰ এই গুৰুতৰ অভিযোগ?

by News Desk
A+A-
Reset
mamta

কলকাতাঃ পুলৱামা আক্ৰমণৰ বাবে পোনপতীয়াকৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক আক্ৰমণ কৰিলে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনৰ্জীয়ে। তৃণমূল কংগ্ৰেছৰ সভানেত্ৰী বেনাৰ্জীয়ে কয় যে আক্ৰমণটো সংঘটিত হ’ব বুলি প্ৰধানমন্ত্ৰীয়ে জনাৰ পাছতো ইয়াক বাধা দিবলৈ তেওঁ ঘুণাক্ষও চেষ্টা নকৰিলে।

সোমবাৰে কলকাতাত অনুষ্ঠিত তৃণমূল কংগ্ৰেছৰ ক’ৰ কমিটীৰ সভাত প্ৰশ্ন কৰে যে কিয় মোডীয়ে আক্ৰমণটো বন্ধ কৰিবলৈ কোনো ব্যৱস্থাই গ্ৰহণ নকৰিলে? চোৰাংচোৱাৰ তথ্য থকাৰ পাছতো জোৱানসকলৰ যাতায়াতৰ বাবে আকাশমাৰ্গ ব্যৱহাৰ কৰা নহ’ল বা পথৰ পৰীক্ষা কৰা নহ’ল। কিয়?… নিৰ্বাচনৰ সময়ত সুবিধা ল’বলৈ? এতিয়া মোডীয়ে যুদ্ধৰ খেলা খেলিছে। এই প্ৰশ্নবাণ মমতা বেনাৰ্জীৰ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0