56
নতুন দিল্লীঃ মঙলবাৰে পুৱতি নিশা ভাৰতীয় বায়ুসেনা বাহিনীয়ে পাকিস্তান অধিকৃত কশ্মীৰৰ সন্ত্ৰাসবাদীৰ কেইবাটাও ঘাটিত বোমা বৰ্ষণ কৰাৰ বাতৰি পোৱা গৈছে।
প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা মতে এই বিমান আক্ৰমণত নিখুটভাৱে লক্ষ্যভেদ কৰিব পৰা লেজাৰ গাইডেড বোমা ব্যৱহাৰ কৰা হৈছে। এই আক্ৰমণত পাকিস্থানী পক্ষৰ ২০০ৰপৰা ৩০০ লোক হতাহত হোৱাৰ দাবী কৰিছে ভাৰতীয় বায়ুসেনা বাহিনীয়ে।