Home গুৱাহাটীমোডী চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে চিপিআই(এম)ৰ অৱস্থান ধৰ্মঘট

মোডী চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে চিপিআই(এম)ৰ অৱস্থান ধৰ্মঘট

by News Desk
A+A-
Reset
fdf4eaea-837e-403a-8633-1561d7185b1a

গুৱাহাটীঃ মোডী চৰকাৰৰ দুৰ্নীতি বিৰুদ্ধে মহানগৰৰ দীঘলীপুখুৰীৰ সন্মুখত আজি চিপিআই(এম)য়ে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে৷ দিনৰ১২ বজাৰ পৰা গ্ৰহণ কৰা এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ভাৰতৰ কমিউনিষ্ট পাৰ্টী অসম ৰাজ্যিক পৰিষদৰ কামৰূপ মেট্ৰ জিলা সদস্য সকলে।

ধৰ্মঘট কাৰ্যসূচীত অংশগ্ৰহণ কৰি অসম ৰাজ্যিক পৰিষদৰ সম্পাদক মুনিন মহন্তই কয় ‘মোডী চৰকাৰৰ ৰাফেল বিমান কেলেংকাৰী তদন্তৰ বাবে সংসদৰ যুটীয়া কমিটি গঠন কৰিব লাগে’। ইয়াৰ উপৰিও চিপিআই(এম)য়ে ৰাফেল যুদ্ধ বিমানৰ ঠিকা সন্দৰ্ভত মোডী চৰকাৰক প্ৰশ্ন কৰি কয়- ‘পূৰ্বতে ভাৰতৰ সুখয় যুদ্ধ বিমান নিৰ্মান কৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠান হিন্দুস্থান এয়াৰন’টিকচক ৰাফেল ক্ৰয় কৰাৰ ঠিকাৰ পৰা বঞ্চিত কৰি অনিল আম্বানী নেতৃত্বাধীন ৰিলায়েঞ্চ ডিফেন্সক দিয়া হল বুলি প্ৰশ্ন উত্থাপন কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0