Home অন্যান্য খবৰনিযুক্তি কেলেংকাৰী সন্দৰ্ভত অখিল গগৈঃ এফালে মুখ্যমন্ত্ৰীৰ তদন্ত, আনফালে বিজেপিয়ে কয় দুৰ্নীতি হোৱা নাই… কথাটো কি?

নিযুক্তি কেলেংকাৰী সন্দৰ্ভত অখিল গগৈঃ এফালে মুখ্যমন্ত্ৰীৰ তদন্ত, আনফালে বিজেপিয়ে কয় দুৰ্নীতি হোৱা নাই… কথাটো কি?

by News Desk
A+A-
Reset
akhil

গুৱাহাটীঃ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন নিযুক্তি বিভাগত সংঘটিত কেলেংকাৰী সন্দৰ্ভত বিজেপিক উভতি ধৰিলে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে৷ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এই কেলেংকাৰীৰ তদন্ত অতিৰিক্ত মুখ্যসচিব জিষ্ণু বৰুৱাক দিয়াৰ সময়তে বিজেপিৰ দুই নেতা সুভাষ দত্ত আৰু জয়ন্ত মল্ল বৰুৱাই কেলেংকাৰী হোৱা নাই বুলি ৰাজহুৱাকৈ প্ৰকাশ কৰিছিল৷

গুৱাহাটী গান্ধীবস্তিস্থিত কৃষক মুক্তি সংগ্রাম সমিতি মুখ্য কাৰ্যলয়ত কৃষক নেতাগৰাকীয়ে বুধবাৰে এক সংবাদমেল সম্বোধন কৰি কয় যে অসম লোকসেৱা আয়োগতকৈ ভয়ানক অসমৰ ইতিহাসৰ সৰ্ববৃহৎ নিযুক্তি কেলেংকাৰীটোয়েই হৈছে পঞ্চায়ত আৰু গ্ৰামোন্নয়নৰ নিযুক্তি।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0