76
ৰঙাপৰাঃ মঙলবাৰে নিশা শোণিতপুৰৰ ৰঙাপৰাত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। এই পথ দুৰ্ঘটনাত এজন নিহত হোৱাৰ লগতে এজন গুৰুতৰভাৱে আঘাত প্ৰাপ্ত হয়।
নিশা ৭:৩০ মান বজাত চতিয়া আৰক্ষী থানাৰ অন্তৰ্গত সাপেখাতিৰ নিবাসী ৰাতুল গগৈৰ পুত্ৰ দিব্যজ্যোতি গগৈ আৰু একেখন গাঁৱৰ ৰঞ্জন বৰাই এখন নম্বৰ বিহীন এখন মটৰ চাইকেলেৰে বালিপৰাৰপৰা ৰঙাপৰাৰ অভিমুখে আহি আছিল।