Home অন্যান্য খবৰতিনি পাৰ্বত্য জিলাক সামৰি পুনৰ স্বায়ত্ত ৰাজ্যৰ প্ৰতিশ্ৰুতি বিজেপি প্ৰাৰ্থী

তিনি পাৰ্বত্য জিলাক সামৰি পুনৰ স্বায়ত্ত ৰাজ্যৰ প্ৰতিশ্ৰুতি বিজেপি প্ৰাৰ্থী

by News Desk
A+A-
Reset
8ac7d828-693a-40e2-8d05-411b793b479c

ডিফুঃ পৱিত্ৰ দৌলোৎসৱৰ মাজতে কাৰবি আংলঙ জিলা বিজেপি কৰ্মী-সমৰ্থকৰ মাজত একালৰ বিদ্ৰুহী নেতা তথা কাৰবি আংলং স্বায়ত্ত শাসিত পৰিষদৰ কাৰ্যবাহী সদস্য হৰেণ চিং বে’ক আসন্ন লোকসভা নিৰ্বাচনৰ বাবে বিজেপিৰ টিকট প্ৰদান কৰাৰ পিছত শুকুৰবাৰে আন এক উৎসৱ সদৃশ পৰিৱেশৰ সৃষ্টি হয়৷ 

বৃহস্পতিবাৰে নিশা বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে হৰেণ চিং বে’ৰ আসন্ন লোকসভা নিৰ্বাচনৰ টিকট প্ৰদান কৰাৰ পিছত পাৰ্বত্য জিলাখনৰ বিজেপি কৰ্মী-সমৰ্থকৰ মাজত পাৰভঙা উছাহৰ ঢল ববলৈ ধৰে৷ আজি পুৱাৰ ভাগত বিজেপিৰ বিভিন্ন মৰ্চা, তৃণমূল পৰ্যায়ৰ কৰ্মী-সমৰ্থক আৰু হৰেণ চিং বে’ৰ অনুৰাগী সকলৰ প্ৰায় সহস্ৰাধিক লোকে পাৰখোৱাত সমবেত হৈ ফুলাম গামোচা আৰু পহ’ৰে প্ৰাৰ্থী হৰেণ চিং বে’ আৰু কাৰবি স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙক উষ্ম সম্বৰ্ধনা জনায়৷  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0