77
লখিমপুৰঃ লখিমপুৰৰ যুৱনগৰত IPL আৰ্হিত খেল আৰম্ভণিতে আৰম্ভপূৰ্ণ উদ্বোধনী অনুষ্ঠান৷ আতচবাজীয়ে জিলিকাই তুলিছে আকাশ৷ জাক-জমকীয়া পৰিৱেশত অনুষ্ঠিত হৈছে উদ্বোধনী অনুষ্ঠান৷
কিন্তু এয়া গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়াম নহয়৷ এই দৃশ্য হৈছে লখিমপুৰৰ যুৱনগৰত৷ দেশৰ চাৰিওফালে এতিয়া নিৰ্বাচনী বতাহ৷ লোকসভা নিৰ্বাচনৰ বতাহে বাৰুকৈয়ে চুই গৈছে অসমকো৷ কিন্তু তাৰ মাজতো সহস্ৰাধিক লোকে উপভোগ কৰিছে এই চমৎকাৰী ক্ৰিকেট খেল৷