116
ৰঙিয়াঃ ৰঙিয়া চহৰৰ সমিপৰ ধুহিবালাত শনিবাৰে নিশা সংঘটিত হয় এক লোমহৰ্ষক হত্যা কাণ্ড। যাৰ ফলত উত্তেজিত ৰাইজে হত্যাকাৰীৰ ঘৰ দুৱাৰ ভাঙি লণ্ড ভণ্ড কৰি পেলোৱাৰ উপৰিও এখন চাৰিচকীয়া বাহন আৰু দুখন বাইক জ্বলাই দিয়ে। উত্তেজিত ৰাইজে আনকি হত্যাকৰীক আশ্ৰয় দিয়া আন এটা পৰিয়ালৰো ঘৰত অগ্নি সংযোগ কৰে।
