Home প্ৰযুক্তি৪৫০ কোটিৰ দক্ষিণ এছিয়া ছেটেলাইট প্ৰক্ষেপণ

৪৫০ কোটিৰ দক্ষিণ এছিয়া ছেটেলাইট প্ৰক্ষেপণ

by News Desk
77 views
A+A-
Reset

ডিজিটেল ডেস্কঃ দক্ষিণ এছিয়াৰ ৬ খন দেশৰ যোগাযোগৰ ক্ষেত্ৰখনত যুগান্তকাৰী পদক্ষেপ হিচাপে বিবেচিত হ’বলগা ৪৫০ কোটি টকাৰ দক্ষিণ এছিয়া ছেটেলাইট (GSAT-9) নামৰ কৃত্ৰিম উপগ্ৰহটো আজি সফলতাৰে প্ৰক্ষেপণ কৰা হয়। জিঅ’চিনক্ৰনাছ ছেটেলাইট ভেহিকল লান্সাৰেৰে আবেলি ৪.৫৭ মিনিটত শ্ৰীহৰিকোটাৰপৰা উৎক্ষেপণ কৰা হয়। 

সফল প্ৰক্ষেপণক লৈ আনন্দত উৎফুল্লিত হৈ পৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই পদক্ষেপক ঐতিহাসিক আখ্যা দি নিৰবিচ্ছিন্নভাৱে কাম কৰি থকা বিজ্ঞানীসকলৰ অধ্যবসায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। নেইবাৰ ফাৰ্ষ্ট পলিচিৰ এক অংশ হিচাপে কমিউনিকেশ্যন ছেটেলাইটটো দক্ষিণ এছিয়াৰ ৬খন দেশৰ বাবে উপহাৰ হিচাপে আগবঢ়োৱা হৈছে বুলিও প্ৰধানমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0