Home ৰাজ্যEVM কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

EVM কঢ়িওৱা বাহন দুৰ্ঘটনাগ্ৰস্ত

by News Desk
A+A-
Reset
ae

কাৰ্বি আংলংঃ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হোৱাৰ পাছতেই ডিফু লোকসভা সমষ্টিৰ অন্তৰ্গত বোকাজান মহকুমাৰ কয়লামাটি অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা বোকাজান উচ্চতৰ মাধ্যমিক বিদ্যালয়ত স্থাপন কৰা ষ্ট্ৰং ৰূমলৈ EVM আনি থকা অৱস্থাত সংঘটিত হয় এক ভয়কৰ পথ দুৰ্ঘটনা। 

দুৰ্ঘটনাত পতিত হয় আৰক্ষীৰ বাহন। দ’ খাৱৈত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে আৰক্ষীৰ বাহনখন। আৰক্ষীৰ ১৫ নং খণ্ড বিষয়া এএছআই হিৰেন শইকীয়াসহ আন তিনিজন আৰক্ষী জোৱান ক্ৰমে বাণীকান্ত মেধি, সুভাষ ৰাভা আৰু বিশ্বজিত দৈমাৰী তথা গাড়ী চালক সূৰ্যপ্ৰসাদ হাজৰিকা দুৰ্ঘটনাত আহত হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0