57
গুৱাহাটীঃ ইণ্ডিয়ান প্ৰিমীয়াৰ লীগত ৰাজস্থান ৰয়েলছৰ হৈ চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱা অসম সন্তান ৰিয়ান পৰাগত এতিয়া দৃষ্টি নিবদ্ধ বিশ্ব ক্ৰিকেট জগতৰ বহু বিশেষজ্ঞ।
ৰাজস্থান ৰয়েলছৰ হৈ ৭ খন খেলৰ পাঁচটা ইনিংছ খেলিবলৈ পোৱা অসম সন্তান ৰিয়ানৰ গড়ে ৩২ ৰাণেৰে সংগ্ৰহ কৰিছিল মুঠ ১৬০ ৰাণ। যত আছিল এটা অৰ্ধ শতৰানৰ এটা গুৰুত্বপূৰ্ণ ইনিংছ। ইয়াৰ উপৰি আছিল দুটা ৰাজস্থান ৰয়েলছক জয়ৰ হোৱাদ দিয়া গুৰুত্বপূৰ্ণ ইনিংছ।