Home দেশলক্ষ্নৌ -আগ্ৰা-এক্সপ্ৰেছ-ঘাইপথৰ ভয়ংকৰ দুৰ্ঘটনাত ৫ জন নিহত, ২৪ জনতকৈ অধিকলোক আহত

লক্ষ্নৌ -আগ্ৰা-এক্সপ্ৰেছ-ঘাইপথৰ ভয়ংকৰ দুৰ্ঘটনাত ৫ জন নিহত, ২৪ জনতকৈ অধিকলোক আহত

by News Desk
A+A-
Reset
382035-accident

লক্ষ্নৌঃ উত্তৰ প্ৰদেশৰ লখনৌ এক্সপ্ৰেছ ঘাইপথত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়৷ ট্ৰেক্টৰ ট্ৰ’লীত খুন্দিয়াই তীব্ৰ গতিত আহি থকা যাত্ৰীৰে ভৰা ভলব’ বাছখন বাগৰি পৰে৷ থিতাতে মৃত্যু হয় পাঁচজনলোকৰ৷ লগতে ২৪ জনতকৈ অধিকলোক আঘাতপ্ৰাপ্ত বুলি জানিব পৰা গৈছে৷ 

এই ঘটনা  লক্ষ্নৌৰ বাংগৰমউ কোতবালীৰ দেৱখৰি গাঁওৰ সমীপত সংঘটিত হয়৷ জানিব পৰা মতে দুৰ্ঘটনাতপতিত হোৱা বাছখন দিল্লীৰপৰা বিহাৰলৈ যাত্ৰা কৰিছিল৷ কিন্তু লখনৌৰ এই ঘাইপথত আগতেও এনে ভয়ানক কাণ্ড সংঘটিত হোৱাৰ খবৰ পোৱা গৈছে৷ উক্ত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসাললৈ প্ৰেৰণ কৰে৷ আঘাতপ্ৰাপ্তলোকক উন্নাও জিলাৰ চিকিৎসালত ভৰ্তি কৰোৱাৰ পাছত তাৰেই সংকটজনক অৱস্থাত থকা লোকক লখনৌৰ ট্ৰামা কেন্দ্ৰলৈ প্ৰেৰণ কৰা হয়৷

Login to view the full content

You need to log in to view the full post content.

You may also like

nno-logo

newsnextone.com is brought to you by Bikalpa Media.  House No.: 04, Guwahati College Road, Jyoti Nagar, Guwahati-21, Assam, India. Contact: 9365225248, E-mail: editor@newsnextone.com

© News Next One. All rights Reserved. Contact editor@newsnextone.com for any query. Design & Cloud Hosting by: Rongjeng Technologies.

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0