82
নতুন দিল্লীঃ শান্তিৰ ন’বেল বঁটা প্ৰাপক কৈলাশ সত্যাৰ্থীয়ে বিজেপি কেতবোৰ নেতাৰ মহাত্মা গান্ধী আৰু নাথুৰাম গদছেৰ সন্দৰ্ভত কৰা মন্তব্যৰ বিৰুদ্ধে মুখ খুলিছে৷
ভূপাল লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী তথা মালেগাঁও বোমা বিস্ফোৰণৰ অভিযুক্ত প্ৰজ্ঞা সিং ঠাকুৰে কিছুদিন পূৰ্বে মন্তব্য কৰিছিল যে মহাত্মা গান্ধীৰ হত্যাকাৰী নাথুৰাম গদছে এজন ‘দেশভক্ত’ আছিল৷