74
ইটানগৰঃ অৰুণাচল প্ৰদেশৰ কুৰুং কুমে জিলাত সোমবাৰে মুখত কাপোৰ বন্ধা পাঁচ শতাধিকলোকে নিৰ্বাচনৰ দায়িত্বত থকা এটা দলক আক্ৰমণ কৰি কেইবাটাও ই ভি এম চুৰি কৰি নিয়ে৷
মঙলবাৰে পুনৰ নিৰ্বাচন অনুষ্ঠিত হোৱা কলৰিয়াং লোকসভাৰ কেইবাটাও ভোট কেন্দ্ৰলৈ ইভিএম মেচিনসমূহ কঢ়িয়াই নিয়াৰ সময়তে এই ঘটনা সংঘটিত হয়৷