82
গুৱাহাটীঃ অৰুণাচল প্ৰদেশৰ পশ্চিম খোনছা বিধানসভা সমষ্টিৰ বিধায়ক তিৰং অবহক উগ্ৰপন্থীৰ দলে গুলীয়াই হত্যা কৰে। এই প্ৰাণ ঘাটি আক্ৰমণ সংঘটিত হৈছে এই আক্ৰমণত বিধায়কজনৰ লগতে প্ৰাণ হেৰুৱাইছে ১০ জনকৈ নিৰাপত্তাৰক্ষীয়ে।
তিৰাপ জিলা বগাপানীত সংঘটিত হৈছে এই ভয়ংকৰ আক্ৰমণটো। উল্লেখ যে টিৰং অবহ আছিল শাসকীয় বিজেপিৰ মিত্ৰ দল এনপিপিৰ এজন বিধায়ক।