67
ডিজিটেল ডেস্কঃ বিদেশতো ভাল প্ৰদৰ্শন কৰিছে আমীৰ খান অভিনীত দংগল ছবিখনে। চুবূৰীয়া ৰাষ্ট্ৰ চীনত ছবিখন মুকলি কৰাৰ এসপ্তাহতে ছবিখনে উপাৰ্জন কৰিছে ৭৫ কোটি টকা।
৫ মেত চীনত ছবিখন প্ৰায় ৭ হাজাৰখন স্ক্ৰীণত ছবিখন মুকলি কৰা হৈছিল। চীনা বক্স অফিছত ছবিখনে ৮০.৫৬ মিলিয়ন য়ুয়ান উপাৰ্জন কৰে যিটো ভাৰতীয় মূল্য হৈছে ৭৫ কোটি টকা।