Home ৰাজ্যবিধায়ক ভাষ্কৰ শৰ্মাৰ সমষ্টিত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথ

বিধায়ক ভাষ্কৰ শৰ্মাৰ সমষ্টিত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথ

by News Desk
62 views
A+A-
Reset

লিডুঃ কয়লা নগৰী ৰূপে খ্যাত মাৰ্ঘেৰিটাত মৰনফান্দত পৰিণত হৈছে ৩৮ নং ৰাষ্ট্ৰীয় ঘাইপথ৷ বিধায়ক ভাষ্কৰ শৰ্মাৰ গৃহ সমষ্টি হ’ল এই মাৰ্ঘেৰিটা৷  বৃহৎ বৃহৎ যান বাহনৰ চলাচল কৰাৰ ফলত ৰাষ্ট্ৰীয় ঘাইপথত সৃষ্টি হৈছে পুখুৰী সদৃশ গাত! য’ত এতিয়া সঘনাই সংঘটিত হ’বলৈ ধৰিছে ইটোৰ পিছত সিটো পথ দুৰ্ঘটনা৷ আজি বৰগোলাইত বিধস্ত ৰাষ্ট্ৰীয় ঘাইপথৰ বাবে কেইবাখনো বাহন দুৰ্ঘটনাগ্ৰস্ত হ’বলগীয়া হয়৷  

যাৰ বাবে ক্ষোভিত হৈ পৰে স্থানীয় ৰাইজ৷ প্ৰায় দুঘন্টা সময় ধৰি ৰাষ্ট্ৰীয় ঘাইপথত আৱদ্ধহৈ পৰে দুই শতাধিক যানবাহন৷ উল্লেখ্য যে, লিডু, বৰগোলাই, টিৰাপ আদি অঞ্চলৰ ৰাষ্ট্ৰীয় ঘাইপথৰ অৱস্থা দেখিলে এতিয়া সাধাৰণ ৰাইজৰ চকু কপালত উঠিব৷ কিয়নো উত্তৰ-পূব কয়লা ক্ষেত্ৰৰ লগতে চোৰাং কয়লাৰ বৃহৎ বৃহৎ গাড়ীয়ে এতিয়া একেবাৰে বিধ্বস্ত কৰি তুলিছে ৰাষ্ট্ৰীয় ঘাইপথছোৱা৷ বিভিন্ন সময়ত নানান অৰাজনৈতিক দল সংগঠন সমূহে ইয়াৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰি আহিছে যদিও গা-লৰা নাই বিভাগীয় কৰ্তৃপক্ষৰ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0