56
চিপাঝাৰঃ ছিপাঝাৰত দৰং জিলা ছাত্ৰ সন্থাই পালন কৰিছে অৱস্থান ধৰ্মঘট কাৰ্যসূচী। ছিপাঝাৰ শ্বহীদ ভৱনৰ সন্মুখত ২ ঘণ্টাৰ বাবে অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ন কৰে সদৌ দৰং জিলা ছাত্ৰ সংন্থাই।
ছিপাঝাৰ চৰ অঞ্চলত খিলঞ্জীয়া নাগৰিকক নিৰাপত্তা প্ৰদান কৰা আৰু কুৰুৱাৰ ৭৭ হাজাৰ ৪২০ বিঘা মাটি সন্দেহযুক্ত নাগৰিকৰ পৰা বেদখল মুক্ত কৰাৰ দাবীত সংগঠনটোৰ এই কাৰ্যসূচী ৰূপায়ণ কৰিছে।