52
নতুন দিল্লীঃ বলিউডৰ জনপ্ৰিয় অভিনেতা ৰণবীৰ সিঙৰ আহিবলগীয়া এখন চৰ্চিত ছবি হৈছে ‘৮৩’। কবীৰ খানৰ নিৰ্দেশনাত ‘৮৩’ চিনেমাখনত প্ৰাক্তন ক্ৰিকেটাৰ কপিল দেবৰ চৰিত্ৰত অভিনেতা ৰণবীৰ সিঙে মুখ্য ভূমিকা পালন কৰিব।
এই বিষয়ক লৈ ক্ৰিকেটাৰ শচীন তেণ্ডুলকাৰক সাক্ষাৎ কৰে ৰণবীৰ সিঙে৷ লগতে ৰণবীৰে তেণ্ডুলকাৰৰ বিষয়ে কয় যে তেওঁ ক্ৰিকেটৰ ভগৱান।