49
নতুন দিল্লীঃ ২০১৮ চনৰ ১০ জানুৱাৰীত জম্মু আৰু কাশ্মীৰৰ ঘটনাই সমগ্ৰ দেশত এক আলোড়নৰ সৃষ্টি কৰিছিল৷ কঠুৱাৰ ধৰ্ষণ কাণ্ডৰ বলি হোৱা ৮ বছৰীয়া শিশুটিক হত্যা কৰা অপৰাধীক আদালতে ইতিমধ্যে উচিত শাস্তিৰ ঘোষণা কৰে৷
এই ঘটনাৰ লগত জড়িত থকা ছয়জন লোকৰ ভিতৰত তিনিওক আজীৱন কাৰাদণ্ডবাসৰ শাস্তি প্ৰদান কৰে আদালতে৷ তিনিও হৈছে সানজী ৰাম, পৰৱেশ কুমাৰ আৰু দীপক খোজাৰিয়া৷