58
নতুন দিল্লীঃ আফগানিস্তানৰ নংগঅৰহৰ ৰাজধানী জলালবাদত সন্ত্ৰাসবাদীৰ আত্মঘাতী ঘটনাই চাঞ্চল্যকৰ পৰিৱেশ সৃষ্টি কৰে৷
সন্ত্ৰাসবাদীয়ে আৰক্ষী থানাৰ নিচেই ওচৰতে আত্মঘাতী বোমাৰ বিস্ফোৰণ ঘটায়৷ এই আত্মঘাতী বোমাত ১১ জন লোক মৃত্যু হোৱাৰ লগতে ১৩ জন লোক আঘাতপ্ৰাপ্ত হয়৷