69
বেইজিংঃ সোমবাৰে নিশা ৫.৩ প্ৰাৱল্যৰ এক শক্তিশালী ভূমিকম্পই চীনক জোকাৰি যায়৷
চীনৰ ছিচুৱান প্ৰান্তত কালি নিশা আৰু আজি শক্তিশালী ভয়ংকৰ ভূমিকম্পৰ জোকাৰণিৰ অনুভৱ কৰা হয়৷ এই ভূমিকম্পৰ ফলত ১১ গৰাকী লোক মৃত হোৱাৰ লগতে ১২২ জন লোক গুৰুতৰভাৱে আহত বুলি জানিব পৰা গৈছে৷