64
গুৱাহাটীঃ দেশ শাসনৰ বাবে দ্বিতীয়টো কাৰ্যকালৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰথমবাৰৰ বাবে অগপ কেন্দ্ৰীয় নেতৃত্বই সাক্ষাত কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু গৃহমন্ত্ৰী অমৃত শ্বাহক।
বৃহস্পতিবাৰে অগপ দুয়োগৰাকী নেতাকে নতুন দিল্লীত পৃথকে পৃথকে সাক্ষাৎ কৰে অগপ প্ৰতিনিধি দলটোৱে। দলটোৱে প্ৰধানমন্ত্ৰী গৰাকীক সাক্ষাত কৰি দ্বিতীয়তো কাৰ্যকালৰ বাবে শুভেচ্ছা জনায়।