103
নতুন দিল্লীঃ বিশ্বৰ ৫৯ দেশৰ মুঠ ৮৪২ জন বিশিষ্ট শিল্পীৰ ভিতৰত অস্কাৰ একাডেমীৰ সদস্য পদ লাভ কৰিছে অভিনেতা অনুপম খেৰ, বিশিষ্ট চলচিত্ৰ পৰিচালক জয়া আখতাৰ, পৰিচালক অনুৰাগ কাশ্যপ সহ ছগৰাকী ভাৰতীয়ই।
