134
নতুন দিল্লীঃ মোদী চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালৰ প্ৰথমখন পুৰ্ণাংগ বাজেট শুকুৰবাৰে দাখিল কৰা হ’ব। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমনে আজি লোকসভাত দাখিল কৰিব সাধাৰণ বাজেট।
এই বাজেটত কৃষক আৰু মধ্যবিত্ত পৰিয়ালৰ বাবে হ’ব পাৰে। কৃষকৰ বাবে চৰকাৰে নতুন আঁচনি ঘোষণা কৰাৰ লগতে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিযোগে পোৱা ৬০০০ টকাৰ পৰিমাণ বৃদ্ধি কৰি ৮০০০ কৰাৰ সম্ভাৱনা আছে। সাধাৰণ বাজেটত ব্যক্তিগত কৰদাতাসকলৰ বাবে কৰ ৰেহাইৰ সীমা বৃদ্ধি কৰিব পাৰে।