Home অন্যান্য খবৰআন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চুটি ছবি ‘কাইমেৰা’

আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত অসমৰ চুটি ছবি ‘কাইমেৰা’

by News Desk
A+A-
Reset
febb1de4-893c-47ee-bde8-1736e472b367

পলিমা চেতিয়া বসুমতাৰী, কাজিৰঙাঃ আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ জগতত সৃষ্টিশীল চুটি ছবিৰ অংশগ্ৰহণেৰে অসমলৈ সুনাম কঢ়িয়াইছে বোকাখাতৰ নৱ প্ৰজন্মৰ এক প্ৰচুৰ সম্ভাৱনাময় প্ৰতিভাৰ যুৱকে। ‘ইনকগনিটো ক্রিয়েটিভ আর্ট চচাইটি’ৰ উদ্যোগত নির্মিত সংলাপ-বিহীন মনস্তাত্বিক চুটি ছবি ‘কাইমেৰা’ই লণ্ডন আৰু লচ-এঞ্জেলেচস্থিত লিফ্ট-অফ গ্ল’বেল ফিল্ম ফেচটিভেলৰ দ্বাৰা আয়োজিত আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱ জুলাই, ২০১৯ বর্ষৰ পৰিচালকৰ প্ৰথম ছবিৰ শীতানত প্রাথমিক পর্যায়ত নির্বাচিত হৈ প্ৰথমটো ৰাউণ্ডত প্ৰৱেশ কৰি মহােৎসৱলৈ নমিনেশ্যন লাভ কৰিছে। 

‘কাইমেৰা’ৰ কাহিনী, চিত্রনাট্য, সম্পাদনা, পৰিচালনা আৰু সামগ্রিক পৰিকল্পনা প্রীতম মিলনৰ লস্কৰৰ, চিত্রগ্রহণ ৰিচভ জয়চোৱালৰ আৰু অভিনয় আশ্বিফ আহমেদৰ। এই ৰাউণ্ডত নির্বাচিত হ’লে ছবিখনক অনলাইন ভােটিং পর্যায়লৈ এৰি দিয়া হ’ব। পৰিচালক প্ৰীতম মিলন লস্কৰ বৰ্তমান জয়পুৰ মনিপাল বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ স্নাতক (অনাৰ্চ) শ্ৰেণীৰ আৰু এ. চি. চি. এ. পাঠ্যক্ৰমৰ ছাত্ৰ। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0