Home ক্ৰীড়াপুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিল স্বৰ্ণকন্যা হিমা দাস

পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজ্বলি উঠিল স্বৰ্ণকন্যা হিমা দাস

by News Desk
A+A-
Reset
d3ab3105-1ba6-4775-85bc-f9f8ff0e3982

জয়ন্ত মুদৈ,নগাঁওঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উজলি উঠিছে অসম কন্যা হিমা দাস৷ পোলেণ্ডত অনুষ্ঠিত কুটন’ এথলেটিকছ মিটত এইবাৰ স্বৰ্ণ পদক জয় কৰিবলৈ সক্ষম হৈছে হিমা দাস। মহিলাৰ ২০০ মিটাৰ দৌৰত স্বৰ্ণ লাভ কৰে হিমাই। 

হিমাই ২৩.৯৭ ছেকেণ্ডত নিজৰ দৌৰ সম্পূৰ্ণ কৰি শীৰ্ষ স্থান লাভেৰে দখল কৰে এই পদক। প্ৰকাশ যে, এটা সপ্তাহৰ ভিতৰত হিমা দাসৰ এইয়া দ্বিতীয়টো স্বৰ্ণ জয়। ইয়াৰ পূৰ্বে পিঠিৰ বিষকো নেওচি মঙলবাৰে পজনান এথলেটিকছ গ্ৰাঁ প্ৰীত মহিলাৰ ২০০ মিটাৰ ৰেচত সোণৰ পদক জয় কৰিছিল ধিং এক্সপ্ৰেছ খ্যাত হিমাই৷ হিমা দাসৰ ব্যক্তিগত সৰ্বোচ্ছ স্কৰ ২৩.১০ ছেকেণ্ড আৰু টুৰ্ণামেণ্টত তেওঁ স্বৰ্ণজয় কৰোতে গতিবেগ আছিল ২৩.৬৫ ছেকেণ্ড । 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0