86
বাহকাবাৰীঃ অসম চৰকাৰৰ পশু চিকিৎসা বিভাগৰ জৰাবাৰী মৌজাৰ একমাত্র পশু চিকিৎসা আৰু প্ৰজনন কেন্দ্ৰটো বছৰ বছৰ ধৰি অব্যৱহৃত হৈ থকাৰ ফলত বৰ্তমান বাংলালৈ পৰিৱৰ্তিত হৈছে। বগলাজানৰ পশু চিকিৎসা উপকেন্দ্ৰটো আজিৰ পৰা ২০ বছৰ ধৰি এইদৰেই পৰি আছে।
বিকাশৰ শ্লোগান দিয়া কংগ্ৰেছ চৰকাৰৰ দিনত বহু ৰাজহুৱা আপত্তি কৰিও সুফল পোৱা নগ’ল। ইয়াৰ উপৰিও চিকিৎসা খনৰ ভিতৰত থকা সম্পত্তিবোৰৰ লগতে প্ৰৱেশ দ্বাৰৰ গেট পৰ্যন্ত হৰলুকী হোৱাত ৰাইজ চিন্তিত হৈ পৰিছে।