76
গুৱাহাটীঃ ৯ মেত ফুট গধূলিতে মহানগৰীৰ সদাব্যস্ত পথ জি এছ ৰোডত থকা এম পি জুৱেলাৰ্ছত সংঘটিত হোৱা ভয়ংকৰ ডকাইতি সন্দৰ্ভত আৰক্ষীয়ে জেৰা অব্যাহত ৰখাৰ মাজতে ন ন কথা পোহৰলৈ আহিছে৷
গহণালয়খনৰ পৰা নগদ ৩ কেজি ৫০০ গ্ৰাম লুটিলৈ যোৱা ঘটনাই সমগ্ৰ গুৱাহাটী মহানগৰীত চাঞ্চ্যলই বিৰাজ কৰিছে আৰু সেই সোণৰ মূল্য গহণালয়খনৰ স্বত্বাধিকাৰীৰ মতে ৩ কোটি আৰু আৰক্ষীৰ তথ্য মতে ১ কোটি৷ দুয়ো পক্ষৰ এনে পৃথক ভাষ্যই ঘটনাটোক ৰহস্যৰ মাজলৈ লৈ যোৱা পৰিলক্ষিত হৈছে।