Home ৰাজ্যঢলা-শদিয়া দলং সন্দৰ্ভত মন্ত্ৰী শুক্লবৈদ্যৰ বিশেষ বৈঠক

ঢলা-শদিয়া দলং সন্দৰ্ভত মন্ত্ৰী শুক্লবৈদ্যৰ বিশেষ বৈঠক

by News Desk
105 views
A+A-
Reset

গুৱাহাটীঃ অহা ২৫ মে’ত মুকলি হ’ব ধলা-শদিয়া দলং৷ ৯.৪ কি.মি. দৈৰ্ঘ্যৰ দলংখন মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াকে লৈ চলিছে বিশেষ প্ৰস্তুতি৷ ৰাজ্য তথা কেন্দ্ৰীয় পৰ্যায়ৰ বিভিন্ন দপ্তৰক ডেডলাইনসহ দিয়া হৈছে বিশেষ এছাইনমেণ্ট৷ এই সন্দৰ্ভত নিৰ্মাণৰ সৈতে জড়িত হৈ থকা সংস্থাটোৰ লগতে স্থানীয় প্ৰশাসন আৰু অভিযন্তাৰ সৈতে এক বৈঠকত মিলিত হয় গড়কাপ্তানি মন্ত্ৰী পৰিমল শুক্লবৈদ্যই।

মন্ত্ৰীগৰাকীয়ে ঢলা-শদিয়াত উপস্থিত হৈ দলংখনো পৰিদৰ্শন কৰে। দলং পৰিদৰ্শনৰ লগতে বৈঠকত ভাগ লৈ নিৰ্মাণৰ সৈতে জড়িত নৱযুগ ইঞ্জিনিয়াৰিং কোম্পানী লিমিটেডৰ মুখ্য প্ৰকল্প বিষয়া, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰণালয়ৰ প্ৰতিনিধিসকলৰ পৰা দলং নিৰ্মাণৰ অগ্ৰগতিৰ বিষয়ে বুজ লয় মন্ত্ৰীগৰাকীয়ে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0