Home দেশভাৰতৰ আত্মাক ৰক্ষা কৰিলে দিল্লীবাসীয়ে, ক’লে প্ৰশান্ত কিশোৰে

ভাৰতৰ আত্মাক ৰক্ষা কৰিলে দিল্লীবাসীয়ে, ক’লে প্ৰশান্ত কিশোৰে

by News Desk
A+A-
Reset
tysp78

নতুন দিল্লীঃ আম আদমী পাৰ্টীৰ লগতে দিল্লীবাসীক শুভেচ্ছা জনাইছে বৰ্তমানৰ ভাৰতীয় ৰাজনীতিৰ চাণক্য হিচাপে পৰিচিত প্ৰশান্ত কিশোৰে। তৃতীয়বাৰৰ বাবে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন আপক চৰকাৰ গঠনৰ সুযোগ দিয়া বাবে দিল্লীবাসীক বিশেষভাৱে ধন্যবাদো জ্ঞাপন কৰে নেতাজনে।  

“ধন্যবাদ দিল্লীবাসী, এই জয়ে ভাৰতবৰ্ষৰ আত্মাক ৰক্ষা কৰিব।”-বিজেপিৰ সকলো চেষ্টাক একপ্ৰকাৰ অসাৰ প্ৰতিপন্ন কৰিবলৈ সমৰ্থ হোৱা আপক টুইটযোগে এইদৰে শুভেচ্ছা জনোৱাৰ লগতে মঙলবাৰে কেজৰিৱালকো সাক্ষাৎ কৰে প্ৰশান্ত কিশোৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0