Home ৰাজ্যজনতাৰ কাৰ্ফিউ মানি দেওবাৰে ঘৰতে কটালে গোৱালপাৰাবাসীয়ে

জনতাৰ কাৰ্ফিউ মানি দেওবাৰে ঘৰতে কটালে গোৱালপাৰাবাসীয়ে

by News Desk
A+A-
Reset
goalpara1

গোৱালপাৰাঃ কৰ’না ভাইৰাছৰ  সংক্ৰমণ ৰোধৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনোৱা আহ্বানৰ সহাঁৰি জনাই  গোৱালপাৰা চহৰবাসীয়েও আজি “জনতাৰ কাৰ্ফিউ”ৰ সময়ছোৱাত নিজকে পুৱাৰে পৰা নিশালৈকে ঘৰৰ ভিতৰতে আৱদ্ধ কৰি ৰাখে। ফলত আজিৰ দিনটোত সম্পূৰ্ণৰূপে নিস্তব্ধ হৈ পৰে সদাব্যস্ত গোৱালপাৰা চহৰ।

আন দিনসমূহত যান-বাহন, ক্ৰেতা-বিক্ৰেতা, পথচাৰীকে আদি কৰি হাজাৰ বিজাৰ লোকৰ সমগামৰে ভৰি থকা চহৰখনত দেওবাৰে দেখা যায় এক সম্পূৰ্ণ সুকীয়া পৰিৱেশ। অসম বন্ধৰ সময়তো দুই-এখন গাড়ী-মটৰ চলা দেখা যায় যদিও আজিৰ জনতা কাৰ্ফিউত আৰক্ষীৰ গাড়ী দুই এখন চলাৰ বাদে সম্পূৰ্ণৰূপে খালী হৈ পৰে চহৰখন। 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0