Home দেশকৰ’না ভাইৰাছক লৈ আজি নিশা ৮ বজাত পুনৰ মোদীৰ ভাষণ

কৰ’না ভাইৰাছক লৈ আজি নিশা ৮ বজাত পুনৰ মোদীৰ ভাষণ

by News Desk
A+A-
Reset
in-modi_13

নতুন দিল্লীঃ কৰ’না ভাইৰাছক লৈ উদ্ভৱ হোৱা পৰিস্থিতি সন্দৰ্ভত আজি পুনৰবাৰ দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। মঙলবাৰে নিশা ৮ বজাত কৰ’না প্ৰসংগক লৈ আৰু এক ভাষণ প্ৰদান কৰাৰ কথা টুইটযোগে সদৰী কৰিছে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

পুৱাৰ ভাগত টুইটযোগে মোদীয়ে জনাইছে, ‘সমগ্ৰ বিশ্বতে মহামাৰী ৰূপ ধাৰণ কৰা COVID-19 সন্দৰ্ভত কেবাটাও গুৰুত্বপূৰ্ণ বিষয় লৈ আজি নিশা ৮ বজাত দেশবাসীক উদ্দেশ্যি ভাষণ প্ৰদান কৰিম।’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0