Home দেশকাকো ভোকত মৰিবলৈ নিদিয়াৰ সংকল্প বিত্তমন্ত্ৰীৰ, ১.৭০ লাখ কোটিৰ পেকেজ

কাকো ভোকত মৰিবলৈ নিদিয়াৰ সংকল্প বিত্তমন্ত্ৰীৰ, ১.৭০ লাখ কোটিৰ পেকেজ

by News Desk
A+A-
Reset
Nirmala-Sitharaman-Image copy

নতুন দিল্লীঃ কৰ’না প্ৰতিৰোধৰ বাবে দেশজুৰি অব্যাহত থকা ২১ দিনীয়া লকডাউনৰ সময়ছোৱাত কোনো লোকে যাতে ভোকত থাকিবলগীয়া নহয় তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে কেন্দ্ৰ চৰকাৰে। বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণ আৰু বিত্ত বিভাগৰ ৰাজ্যিক মন্ত্ৰী অনুৰাগ ঠাকুৰে আজি এক সংবাদমেলযোগে সদৰী কৰিছে এই কথা।

এই অনুযায়ী দেশৰ দৰিদ্ৰ লোকসকলৰ লগতে ক্ষতিগ্ৰস্তসকলৰ বাবে আজিৰ সংবাদমেলত ১.৭০ লাখ কোটি টকাৰ সাহায্য পেকেজৰ কথা ঘোষণা কৰে বিত্তমন্ত্ৰীগৰাকীয়ে। সাহায্য পেকেজৰ ধনৰাশি আৰ্থিকভাৱে দুৰ্বল কৃষক আৰু শ্ৰমিকসকলক অতিৰিক্ত খাদ্য সামগ্ৰী প্ৰদান আৰু পোনপটীয়াকৈ বেংক একাউণ্টযোগে ধন প্ৰদানত ব্যয় কৰা হ’ব। ইয়াৰ লগতে কৰ’না মহামাৰীৰ ফলত ক্ষতিৰ সন্মুখীন হোৱা আৰ্থিক ব্যৱস্থাক উদ্ধাৰতো ব্যৱহাৰ কৰা হ’ব এই পেকেজৰ ধনৰাশি।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0