Home দেশমহাৰাষ্ট্ৰৰ ইছলামপুৰত Coronaত আক্ৰান্ত একে পৰিয়ালৰ ১২ সদস্য

মহাৰাষ্ট্ৰৰ ইছলামপুৰত Coronaত আক্ৰান্ত একে পৰিয়ালৰ ১২ সদস্য

by News Desk
A+A-
Reset
Coronavirus-770x433

মুম্বাইঃ মহাৰাষ্ট্ৰত অব্যাহত আছে কৰ’না ভাইৰাছৰ সংহাৰ ৰূপ। ইয়াৰ মাজতে ৰাজ্যখনৰ চাংগলী অঞ্চলত এটা পৰিয়ালৰেই ১২জনকৈ সদস্য এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱা বুলি জানিব পৰা গৈছে৷ 

উল্লেখ্য যে ৰাজ্যখনৰ এই অঞ্চলটোত ইতিমধ্যে ১১ জনকৈ লোক এই মহামাৰীত আক্ৰান্ত হৈছে৷ নতুনকৈ আক্ৰান্ত হোৱা ১২ গৰাকীক লৈ বৰ্তমান ৰাজ্যখনৰ চাংগলীত মুঠ কৰ’না আক্ৰন্তৰ সংখ্যা ২৩জনলৈ বৃদ্ধি পালে৷ চাংগলী জিলাখনৰ উপায়ুক্ত ডাঃ অভিজিতে স্থানীয় সংবাদ মাধ্যমক জনোৱা মতে একেটা পৰিয়ালৰ লগত সম্পৰ্ক ৰক্ষা কৰা ৪৭ গৰাকী লোকক আগতেই কৰ’না পজিটিভ বুলি চিনাক্তকৰণ কৰি কোৱান্টাৰাইন প্ৰক্ৰিয়াত ৰখা হৈছে৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0