70
► নিউজিলেণ্ডত খুলিছে ৰেষ্টুৰেণ্ট, যাব পাৰিব আত্মীয়ৰ ঘৰলৈ
কৰ’নাৰ পৰা একপ্ৰকাৰ মুক্ত হৈ পৰিছে নিউজিলেণ্ড। মঙলবাৰৰ পৰা দেশখনত লকডাউন শিথিল কৰি দি ৰেষ্টুৰেণ্টসমূহ খোলাৰ অনুমতি দিয়া হৈছে আৰু নাগৰিকসকলক আত্মীয়ৰ ঘৰলৈ আহ-যাহ কৰাত থকা বাধা উঠাই দিয়া হৈছে। অৱশ্যে সকলোকে সমাজিক দূৰত্ব বৰ্তাই ৰাখিবলৈ কোৱা হৈছে।