Home দেশলকডাউন আৰু বৃদ্ধি কৰিলে মানুহে নাখাই মৰিব, দাবী ইনফ’ছিছৰ প্ৰতিষ্ঠাপকৰ

লকডাউন আৰু বৃদ্ধি কৰিলে মানুহে নাখাই মৰিব, দাবী ইনফ’ছিছৰ প্ৰতিষ্ঠাপকৰ

by News Desk
A+A-
Reset
infosys ty

মুম্বাইঃ লকডাউন আৰু বৃদ্ধি কৰাৰ বিৰোধিতা কৰিবলৈ এইবাৰ আগবাঢ়ি আহিছে ইনফ’ছিছৰ প্ৰতিষ্ঠাপক এন আৰ নাৰায়ণমূৰ্তি। উদ্যোগপতিসকলৰ এক অনলাইন সভাত তেওঁ কয় যে কৰ’না সংক্ৰমণক বাধা দিবলৈ লকডাউন আৰু বৃদ্ধি কৰিলে কৰ’নাত যিমান মানুহ মৰিছে, তাতকৈ অধিক লোকৰ ভোকত মৃত্যু হ’ব।

ৰাহুল বাজাজৰ দৰেকৈ নাৰায়ণমূৰ্তিয়েও কয় যে বয়োজ্যেষ্ঠ আৰু শিশুসকলক ঘৰতে থাকিবলৈ দি সক্ষম যুৱক-যুৱতীসকলক কাম কৰিবলৈ দিব লাগে আৰু সামাজিক দূৰত্বৰ বিধিসমূহ মানি চলাৰ ব্যৱস্থা কৰিব লাগে। তেওঁ কয়, ‘আমাৰ বাবে আটাইতকৈ যিটো বিষয় গুৰুত্বপূৰ্ণ সেয়া হৈছে সমগ্ৰ দেশ এনেদৰে অধিককাল লকডাউনত থাকিব নোৱাৰে। এনেকৈ থাকিলে কৰ’নাতকৈ খাবলৈ নাপাই বেছি মানুহৰ অকাল মৃত্যু হ’ব।’

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0