Home অন্যান্য খবৰঅখিল গগৈৰ শপথ গ্ৰহন

অখিল গগৈৰ শপথ গ্ৰহন

by News Desk
73 views
A+A-
Reset

গুৱাহাটীঃ  আজিৰে পৰা অসম বিধান সভাৰ পঞ্চদশ অধিবেশন আৰম্ভ হয় ৷ অধিবেশৰ আৰম্ভণিতে বিধান সভাৰ প্ৰটেম অধ্যক্ষ ফণী ভূষণ চৌধুৰীয়ে নৱ-নিৰ্বাচিত বিধায়ক সকলক শপত বাক্য পাঠ কৰোৱায় ৷ আজিৰ বিধান সভাৰ মজিয়াত বহুকেইখন নতুন মুখ দেখা পোৱা যায় ৷ 

এসময়ৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সম্পাদক তথা বৰ্ত্তমানৰ শিৱসাগৰ জিলাৰ ৰাইজৰ দলৰ নৱ-নিৰ্বাচিত বিধায়ক অখিল গগৈক আৰক্ষীৰে পৰিবেষ্টিত কৰি বিধান সভালৈ শপত গ্ৰহণৰ বাবে লৈ অনা হয় ৷ শপত গ্ৰহণৰ পূৰ্বে সাংবাদিকৰে সোধা প্ৰশ্নৰ উত্তৰত অখিল গগৈয়ে কয় যে শিৱসাগৰৰ উন্নয়ণত কেতিয়াও বাধা নাহে, ভূমিপুত্ৰ তথা বিদেশী সমস্যাৰ বাবে অসমৰ হকে মই সদায় মাত মাতি আহিছিলো, মাত মাতিম আৰু ভবিষ্যতলৈকো মাক মাতি থাকিম ৷ 

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0