Home অন্যান্য খবৰগোলাঘাটৰ অগ্ৰনী সমাজসেৱী অনুস্থান প্ৰয়াসৰ দ্বাৰা বিধায়ক মৃণাল শইকীয়াক সাক্ষাৎ

গোলাঘাটৰ অগ্ৰনী সমাজসেৱী অনুস্থান প্ৰয়াসৰ দ্বাৰা বিধায়ক মৃণাল শইকীয়াক সাক্ষাৎ

by News Desk
80 views
A+A-
Reset

গোলাঘাটঃ ৰাজ্যখনত ক’ভিড-১৯ ভাইৰাছ জনিত সংক্ৰমনৰ বিৰুদ্ধে চৰকাৰ তথা জনসাধাৰনে ঐক্যবদ্ধভাৱে যুজ কৰি থকাৰ বাবে আজি ৰাজ্যখনৰ ক’ভিড সংক্ৰমন লাহে লাহে হ্ৰাস পোৱাটো পৰিলক্ষিত হৈছে৷ চৰকাৰৰ সৈতে এই যুজখনত ৰাজ্যখনৰ বিভিন্ন সমাজসেৱী অনুস্থান অহৰহভাৱে কাম কৰি অহা দেখা গৈছে৷

আজি ঠিক তেনেকুৱা উদ্দেশ্যৰেই গোলাঘাটৰ এক অগ্ৰণী বেচৰকাৰী সংগঠন প্ৰয়াস উন্নয়ন সমিতিয়ে আজি খুমটাই সমষ্টিৰ বিধায়ক মৃণাল শইকীয়াক সাক্ষাৎ কৰি জিলাখনৰ ক’ভিড যোদ্ধাসকল আৰু জনসাধাৰনৰ সুবিধা হোৱাকৈ তেখেতৰ হাতত কিছুসংখ্যক মাস্ক,  গ্ল’ভছ, চেনিটাইজাৰ আৰু পি পি ই কিট অৰ্পণ কৰে।  

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0