77
দৰং – অসমত এফালে ক’ভিড আনফালে বান ৰ তাণ্ডৱ আৰু ভূতৰ ওপৰত দানহ পৰাদি আৰম্ভ হৈছে চুলাই মদৰ ৰমৰমীয়া বেহা ৷ সাম্প্ৰতিক সময়ত চুলাই মদৰ ঘাটিবোৰে ক’ভিড ৰোগৰ সংক্ৰমত এক বিশেষ ভূমিকা পালন কৰিছে ৷
ক’ভিড সংক্ৰমণ ৰোধিবলৈ চৰকাৰে চুলাই মদৰ ঘাটিবোৰ উচ্ছেদ কৰিবলৈ প্ৰশাসনক ইতিমধ্যে কঠোৰ ভাৱে নিৰ্দ্দেশ দিছে ৷ ক’ভিডৰ এনে পৰিস্থিতিৰ মাজতেই দৰং আৰু ওদালগুৰি জিলাৰ দাঁতি কাষৰীয়া অঞ্চল সমূহত চুলাই মদৰ ঘাটিবোৰত মুকলিকৈ ৰমৰমীয়া বেপাৰ চলাই আছে।