Home অন্যান্য খবৰদেৰগাৱঁৰ বাঘেধৰাত ভয়ংকৰ খহনীয়া

দেৰগাৱঁৰ বাঘেধৰাত ভয়ংকৰ খহনীয়া

by News Desk
73 views
A+A-
Reset

দেৰগাৱঁ=- গ্ৰীষ্মৰ অন্তৰ লগে লগে প্ৰকৃতিৰ বুকুলৈ পৰিবৰ্ত্তনৰ ঢৌৱে সকলোতে মৌচুমী জলবায়ুৰ সঞ্চাৰ কৰে ৷ চাৰিও ফালে সেউজীয়া পৰিবেশে বিৰাজ কৰে ৷ মৌচুমী জলবায়ুৰ লগে লগেই বাৰিষাৰ বৰষুণে খৰাং ধৰাত উৰ্বৰতাৰ বীজ সিঁচি দিয়ে ৷ লগে লগে অসমৰ বিভিন নৈ-উপনৈ সমূহতো বাৰিষাৰ বৰষুণে ঢল নমাই আনে ৷

এই ঢল বাঢ়ি আহি নৈ পৰীয়া ৰাইজৰ বাবে আতংকৰ সৃষ্টি কৰে ৷ বাৰিষাৰ বৰষুণ যিমান আনন্দৰ সিমানেই ভয়ানকো হয় ৷ নিশাৰ ভিতৰতে মূষলধাৰে পৰিবলৈ ধৰা বৰষুণ জাকে বানৰ সংহাৰী ৰূপ ধাৰণ কৰি ঘৰ-দুৱাৰ ভাঙি নৈ পৰীয়া মানুহৰ লগতে জীৱকূলৰ প্ৰতিও অশনি সমকেত কঢ়িয়াই আনিছে ৷ ৰাতিৰ ভিতৰতে সেয়ে নৈ পৰীয়া ৰাইজ নিৰাপদ স্থানলৈ যাত্ৰা কৰে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0