Home অন্যান্য খবৰটকিঅ’ অলিম্পিকত মেৰিকমৰ দূৰ্দান্ত আৰম্ভণি

টকিঅ’ অলিম্পিকত মেৰিকমৰ দূৰ্দান্ত আৰম্ভণি

by News Desk
249 views
A+A-
Reset

টকিঅ’:২৫ জুলাইঃ মণিপুৰৰ জীয়ৰী মীৰাবাঈ চানুৰ জৰিয়তে ভাৰতে টকিঅ’ অলিম্পিকত প্ৰথমটো পদক জয় কৰাৰ পিছত আজি মণিপুৰৰ আন এগৰাকী জীয়ৰী,ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰিকমে বক্সিংৰ ৫১ কিলোগ্ৰাম শাখাত সুন্দৰ প্ৰদৰ্শনেৰে প্ৰতিপক্ষ দোমিনিকান ৰিপাব্লিকৰ হাৰনান্ডেজ গ্ৰেচিয়াক ৪-১ ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰি-কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷দূৰ্দান্ত প্ৰদৰ্শন আগবঢ়োৱা মেৰিকম গোটেই খেলখনত একপক্ষীয় ভাৱেই বিজয়ী হোৱা যেন লাগিল৷

আজি দ্বিতীয় দিনাৰ খেলৰ আৰম্ভণিত বেডমিণ্টন খেলুৱৈ পি.ভি.সিন্ধুৱে প্ৰতিপক্ষ ইজৰাইলৰ খেলুৱৈক পৰাস্ত কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰে৷
আকৌ টেবুল টেনিচত মনিকা বাট্ৰাই একক শাখাত ইউক্ৰেইনৰ খেলুৱৈক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰে৷
আনহাতে পুৰুষ হকীত অষ্ট্ৰেলিয়াৰ হাতত ১-৭ ৰ ব্যৱধানত ধাৰাশায়ী হয় ভাৰত৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0