কলাক্ষেত্ৰত ‘প্ৰাৰ্থনা’ আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানঃগৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে...

Home অন্যান্য খবৰকলাক্ষেত্ৰত ‘প্ৰাৰ্থনা’ আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানঃগৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে কেঞ্চাৰ চিকিৎসালয়ৰ ৰেডিঅ’ থেৰাপি ব্লক৷

কলাক্ষেত্ৰত ‘প্ৰাৰ্থনা’ আঁচনিৰ শুভ উদ্বোধনী অনুষ্ঠানঃগৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰে কেঞ্চাৰ চিকিৎসালয়ৰ ৰেডিঅ’ থেৰাপি ব্লক৷

by News Desk
58 views
A+A-
Reset

গুৱাহাটীঃদুদিনীয়া ভ্ৰমণ সূচী লৈ উত্তৰ পূৰ্বাঞ্চললৈ অহা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অসম চৰকাৰৰ ‘প্ৰাৰ্থনা’ আঁচনিৰ শুভ উদ্বোধন কৰে৷উক্ত অনুষ্ঠানত কোভিডত-১৯ত মৃত্যু হোৱা ১০০গৰাকী লোকৰ আত্মীয়ক ১ লাখ টকাকৈ আৰ্থিক সাহায্য প্ৰদান কৰা হয়৷এই অনুস্থানতে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰে কেন্দ্ৰীয় গৃহমন্ত্ৰীজনে৷ শংকৰদেৱ কলাক্ষেত্ৰত আয়োজিত এই অনুষ্ঠানত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাকে ধৰি স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত, বিটিআৰ প্ৰধান প্ৰমোদ বড়োসহ আন ৰাজনৈতিক নেতা, বিষয়া উপস্থিত থাকে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই অনুষ্ঠানত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৰ অসমক একত্ৰিত কৰাৰ চেষ্টা কৰা কৰাৰ কথা উল্লেখ কৰি কয় যে এই কাম পূৰ্বে কোনেও কৰিব পৰা নাছিল। তেওঁ তামুলপুৰত মেডিকেল চিকিৎসা মহাবিদ্যালয়ৰ লগতে তামোলপুৰৰ বাবে আন দুটা ভাল খবৰ থকা বুলি উল্লেখ কৰে। সেয়া হৈছে তামুলপুৰ জিলা হিচাপে ঘোষণা হোৱাৰ লগতে বাক্ৰা আৰু তামোলপুৰ সংযোগ হোৱাকৈ পাগলাদিয়া নদীত এখন দলং নিৰ্মাণৰ কথা উল্লেখ কৰে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0