Home অন্যান্য খবৰটকিঅ’ অলিম্পিকত লাভলিনাৰ সুন্দৰ বিজয়

টকিঅ’ অলিম্পিকত লাভলিনাৰ সুন্দৰ বিজয়

by News Desk
56 views
A+A-
Reset

টকিঅ’ : অসম কন্যা লাভলিনা বৰগোহাঞিয়ে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে৷আজিৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত লাভলিনাই জাৰ্মান প্ৰতিদ্বন্দ্বী আপেটছ নেডিমক ৩-২ ব্যৱধানত পৰাস্ত কৰে৷লাভলিনাৰ বিজয়ত উৎফুল্লিত হৈ পৰিছে অসমৰ লগতে সমগ্ৰ দেশ৷লাভলিনাৰ পৰৱৰ্তী খেল অহা ৩০ জুলাইত হব কোৱাৰ্টাৰ ফাইনেল৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0