Home অন্যান্য খবৰবিশ্বনাথত নতুন SOP জাৰী

বিশ্বনাথত নতুন SOP জাৰী

by News Desk
65 views
A+A-
Reset

News Next One , বিশ্বনাথ চাৰিআলি , ৩ আগষ্ট ঃ ৰাজ্যখনত নতুন SOP জাৰী কৰিলে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই ৷ বিশ্বনাথতো নতুন SOP জাৰী কৰাত বিশ্বনাথ জিলা প্ৰশাসনৰ নীতি নিৰ্দেশনাত জিলাখনৰ সকলো দোকান – পোহাৰ বাণিজ্যিক – প্ৰতিষ্ঠান চৰকাৰী – বেচৰকাৰী কাৰ্যালয় , ৰেষ্টুৰেণ্ট , ধাৱা , ভোজনালয় আদি দিনৰ ৪ বজালৈ খোলা ৰাখিব পাৰিব ৷

আনহাতে জিলাখনৰ দৈনিক আৰু সাপ্তাহিক বজাৰ , হাট লগতে সকলো মঠ , মন্দিৰ সম্পূৰ্ণ ৰূপে বন্ধ থাকিব ৷ SOPৰ মতে জিলাখনত সন্ধিয়া ৫ বজাৰ পৰা পূৱা ৫ বজালৈ সান্ধ্য আইন বাহাল থাকিব বুলি বিশ্বনাথ জিলা প্ৰশাসনে এক প্ৰেছ বিবৃতি যোগে জানিব দিয়ে ৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0