Home অন্যান্য খবৰহৃদয় জিনিও ব্ৰঞ্জ পদকৰ পৰা বঞ্চিত ভাৰতীয় মহিলা হকী দল

হৃদয় জিনিও ব্ৰঞ্জ পদকৰ পৰা বঞ্চিত ভাৰতীয় মহিলা হকী দল

by News Desk
71 views
A+A-
Reset

টকিঅ’: ০৬ আগষ্ট: ছেমিফাইনেলত পদাৰ্পণ কৰি ইতিহাস ৰচা ভাৰতীয় মহিলা হকী দলে আজি পদকৰ পৰা বঞ্চিত হয় যদিওঁ সুন্দৰ খেলেৰে সকলোৰে মন জয় কৰিবলৈ সক্ষম হয়৷তীব্ৰ উত্তেজনাপূৰ্ণ এখন খেলত ছেমিফাইনেলত গ্ৰেট বৃটেইনৰ লগত ভাৰত ৪-৩ গ’লত পৰাস্ত হয়৷খেলৰ প্ৰথম কোৱাৰ্টাৰত বৃটেইন ০-২ গ’লত আগবাঢ়ি থাকে৷দ্বিতীয় কোৱাৰ্টাৰত ভাৰতে ৩ গ’ল দি খেলখনত ৩-২ গলত অগ্ৰগতি লাভ কৰিবলৈ সক্ষম হয়৷তৃতীয় আৰু চতুৰ্থ কোৱাৰ্টাৰত ভাৰতৰ ৰক্ষণবিভাগক তীব্ৰ আক্ৰমণ কৰি বৃটেইনে ৪-৩ গ’লত ভাৰতক পৰাস্ত কৰি ব্ৰঞ্জৰ পদক নিশ্চিত কৰে৷পৰাজিত হৈ পদক বঞ্চিত হলেওঁ এইবাৰৰ খেলে ভাৰতীয় মহিলা হকী দলটিক ইতিহাস ৰচাৰ সুযোগ দিলে৷ভাৰতে পোনপ্ৰথমবাৰৰ বাবে মহিলা হকীত ছেমিফাইনেলত প্ৰৱেশ কৰাৰ গৌৰৱ অৰ্জন কৰে৷

আনখন খেলত মল্লযোদ্ধা বজৰংগী পুনিয়াই ছেমিফাইনেলত প্ৰৱেশ কৰে৷

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0