Home অন্যান্য খবৰগোলাঘাটত ১১ চেপ্টেম্বৰত লোক আদালত

গোলাঘাটত ১১ চেপ্টেম্বৰত লোক আদালত

by News Desk
75 views
A+A-
Reset

গোলাঘাট, ১৯ আগষ্ট : গোলাঘাট জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত গোলাঘাট জিলা আদালত চৌহদত অহা ১১ছেপ্টেম্বৰত লোক আদালত অনুষ্ঠিত হ’ব । এই লোক আদালতত বেংক, বিদ্যুৎ বিভাগ, পৌৰ সভা আৰু আদালতত আমীমাংসিত হৈ থকা মোকৰ্দমাসমূহ আপোচ মীমাংসাৰ জৰিয়তে নিষ্পত্তি কৰা হ’ব ।

ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এইবাৰ এই লোক আদালত ভাৰ্চুৱেল আৰু ব্যক্তিগত উভয় মাধ্যমেৰে কৰা হ’ব । যিসকল লোকে ইতিমধ্যে লোক আদালতৰ জাননী পাইছে তেওঁলোকক সংশ্লিষ্ট বিভাগ বা আদালতৰ ন’ডেল বিষয়াৰ সৈতে যোগাযোগ কৰিবলৈ আহ্বান জনোৱা হৈছে । ফোন, ছ’চিয়েল মিডিয়া যেনে হোৱাটছএপ, গুগল মীট বা জুমৰ জৰিয়তে ভয়চ কল বা ভিডিঅ’ কল কৰিও সংশ্লিষ্ট বিভাগ বা ব্যক্তিৰ সৈতে বিবাদ নিষ্পত্তি কৰিব পাৰিব ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0