Home অন্যান্য খবৰতালিবানৰ সমৰ্থনত পোষ্ট কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা

তালিবানৰ সমৰ্থনত পোষ্ট কৰিলে কঠোৰ ব্যৱস্থা গ্ৰহণৰ ঘোষণা

by News Desk
66 views
A+A-
Reset

ডিজিটেল ডেস্ক,১৯ আগষ্টঃ আফগানিস্তান তালিবানৰ অধীনলৈ যোৱাৰ লগে লগেই সমগ্ৰ বিশ্বতেই তুমুল চৰ্চা চলিছে তালিবানৰ শাসন পদ্ধতি আৰু আফগান নাগৰিকৰ ভৱিষ্যতৰ প্ৰসংগত৷ইয়াৰ মাজতেই তালিবানক সমালোচনা আৰু নিষিদ্ধ ঘোষণা কৰিছে বহু ৰাষ্ট্ৰই৷আন কিছুসংখ্যক লোক আৰু সংগঠনে সামাজিক মাধ্যমযোগে তালিবানক আদৰণি জনোৱাৰ লগতে প্ৰশংসা কৰাওঁ পৰিলক্ষিত হৈছে৷সেইবাবেই ফেচবুক কৰ্তৃপক্ষই কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিছে৷

তালিবানক নিষিদ্ধ কৰিছে ফেচবুকে।আফগানিস্তানৰ সাম্প্ৰতিক পৰিস্থিতিৰ কথা বিবেচনা কৰি তালিবানৰ সমৰ্থনত ফেচবুকৰ মজিয়াত কৰা সকলো পোষ্ট আঁতৰাই দিয়াৰ সিদ্ধান্ত লৈছে ফেচবুক কৰ্তৃপক্ষই। জানিব পৰা মতে ইতিমধ্যে ইয়াৰ বাবে আফগানিস্তানৰ বিশেষজ্ঞসকলক লৈ এটা দল গঠন কৰা হৈছে।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0