65
NEWS NEXT ONE, বিশ্বনাথ চাৰিআলি ঃ অসমৰ জনপ্ৰিয় আলোচনী “ৰ’দ”ৰ শুভ উন্মোচনীৰ কাৰ্যসুচী যোৱা কালি বিশ্বনাথ চহৰৰ মাজমজিয়াত আজি অনুষ্ঠিত হয় ৷
গুৱাহাটী আৰু বিশ্বনাথ চাৰিআলিৰ পৰা প্ৰকাশিত জনপ্ৰিয় “ৰ’দ” আলোচনীৰ জুলাই/আগষ্ট/ ছেপ্তেম্বৰ ২০২১ সংখ্যাটিৰ আলোচনী সম্পাদক জয়ন্ত বৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বিশিষ্ট সমাজকৰ্মী আৰু কবি সাহিত্যিক কমল চন্দ্ৰ ভুঞাই শুভ উন্মোচন কৰে ৷