Home অন্যান্য খবৰচৰকাৰী ৰাজসাহায্যযুক্ত চাউল হৰলুকী

চৰকাৰী ৰাজসাহায্যযুক্ত চাউল হৰলুকী

by News Desk
96 views
A+A-
Reset

গোলাঘাট, ২৫ আগষ্ট : চৰকাৰী ৰাজসাহায্যযুক্ত চাউল হৰলুকী আৰু অনিয়ম সংঘটিত কৰাৰ অভিযোগত গোলাঘাটৰ আধাৰসত্ৰৰ গোহাঁইসত্ৰ নিৱাসী সুলভ মূল্যৰ দোকানী মহম্মদ মাতবৰ আলিৰ অনুজ্ঞাপত্ৰ নিলম্বন কৰা হৈছে ।

উল্লেখযোগ্য যে যোৱা ১৩ আগষ্টত গোলাঘাট জিলাৰ বগীজান থানাৰ অন্তৰ্গত উল্টাজানৰ আঠাবাৰীৰ বিপুল হেমৰম নামৰ এজন লোকৰ বাসগৃহৰ পৰা খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগ তথা বগীজান আৰক্ষীয়ে যুটীয়াভাৱে অভিযান চলাই ভাৰতীয় খাদ্য নিগমৰ ১১.৫০কুইণ্টল ওজনৰ ২৩ বস্তা চাউল জব্দ কৰিছিল । লোকজন ৰাজহুৱা বিতৰণ ব্যৱস্থা আৰু মধ্যাহ্ন ভোজনৰ ৰাজসাহার্যযুক্ত চাউল ক্ৰয় তথা বিক্ৰীৰ ব্যৱসায়ত জড়িত আছিল ।

Login to view the full content

You need to log in to view the full post content.

You may also like

Are you sure want to unlock this post?
Unlock left : 0
Are you sure want to cancel subscription?
×
Your Cart
Cart is empty.
Fill your cart with amazing items
Shop Now
0
Shipping & taxes may be re-calculated at checkout
0